Indian Air Force X and Y Admit Card 2021

Indian Air Force X and Y Admit Card 2021- Batch 01/2022 (Intake)

The Indian Air Force has released an official notification on phase-1 Online exam of Indian Air Force X and Y Recruitment 2021. Candidates who have submitted their online applications for Airmen 01/2022 intake between 22 January and 7 February 2021 are able to check their exams through the city and date Air Force Official Website. Also, candidates can check the Link listed below to check the city and date of their exam.

Admit Card StatusReleased
Release Date09-07-2021
Posts NameGroup X & Y
Batch NumberIntake 01/2022
Total PostsNot Specified
Exam Date12th to 18th July 2021
Exam TypeOnline Examination

Note : STAR 01/21 Online the second wave of exam Covid which was originally announced on April 18-24 was postponed. Online Exam is planned across India from July 12-18 to July 18-21. The candidate is advised to view CASB web portal (https://airmenselection.cdac.in) regularly for more information / update.

Related  :  Indian Army Recruitment 2021 – Women Soldier GD

Indian Air Force X and Y Admit Card 2021 Details

Posts Name :

  • Group-X trades 
  • Group-Y Trades (Musician Trades)

Batch Number : Intake 01/2022

Total Number of Posts : Not Specified

Exam Type : Online Examination

Exam Date : 12th to 18th July 2021

Status of Admit Card : Released

Release Date of Admit Card : 9th July 2021

How to Download Indian Air Force X and Y Admit Card 2021?

The candidate who applied for the above appointment through the indian air force official online application portal are able to Admit Card Download them from the same portal. Admit Card has not yet been imposed. Infact of the current Admit Card, candidates can check their exam city and date. To Admit Card Download, candidates can check the Link given below.

Important Links of Indian Air Force X and Y Admit Card 2021

Air Force Admit CardClick Here
Check Exam City & DateClick Here
Visit Official WebsiteClick Here

কিছুমান জানিবগীয়া প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ :

1. গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত দেৱালয়ৰ নাম কি ?

(a) বশিষ্ঠাশ্ৰম

(b) উমানন্দ

(c) গুপ্তেশ্বৰ

(d) হলেশ্বৰ

উত্তৰ:- বশিষ্ঠাশ্ৰম

2. শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম কি য’ত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল ?

(a) তেজলুৰ

(b) দেগঢ়াও

(c) গড়গাঁও

(d) তেজু

উত্তৰ:- গড়গাঁও

3. কাৰেংঘৰ নিৰ্মাণ কৰিছিল ?

(a) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই

(b) স্বৰ্গদেউ প্ৰতাপ সিংহই

(c) স্বৰ্গদেউ ৰুদ্ৰ সিংহই

(d) স্বৰ্গদেউ শিৱ সিংহই

উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই

4. _________ কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল ?

(a) ১৭৩১ চনত

(b) ১৭১১ চনত

(c) ১৭৯১ চনত

(d) ১৭৫১ চনত

উত্তৰ:- ১৭৫১ চনত

5. আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মাতৃৰ নাম _________ ?

(a) সতী জেউতী

(b) সতী জয়মতী

(c) সতী মূলাগাভৰু

(d) সতী অনুৰাধা

উত্তৰ:- সতী জয়মতী

6. শিৱসাগৰৰ খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি ?

(a) জয়সাগৰ পুখুৰী

(b) মতিসাগৰ পুখুৰী

(c) বলিসাগৰ পুখুৰী

(d) থৈলেসাগৰ পুখুৰী

উত্তৰ:- জয়সাগৰ পুখুৰী

7. ৰুদ্ৰ সিংহই কাৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰত সৰ্ববৃহৎ জয়সাগৰ পুখুৰী খন্দোৱাইছিল ?

(a) মাতৃৰ

(b) পুত্ৰীৰ

(c) ভনী

(d) আইতা

উত্তৰ:- মাতৃৰ

8. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল ?

(a) অনিৰূদ্ধ ডেকা

(b) ভোলাৰাম বৰুৱা

(c) হলিৰাম ডেকা

(d) প্ৰভু শৰ্মা

উত্তৰ:- হলিৰাম ডেকা

9. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?

(a) ভোগেশ্বৰ বৰুৱা

(b) হলিৰাম ডেকা

(c) মণিৰাম দাস

(d) প্ৰভু দাস

উত্তৰ:- ভোগেশ্বৰ বৰুৱা

10. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?

(a) লক্ষ্মীনন্দন বৰা

(b) মহিম বৰা

(c) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

(d) দীপক ডেকা

উত্তৰ:- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

11. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি ?

(a) ফকৰুদ্দিন আলী আহমেদ

(b) অনিমেশ দত্ত

(c) নবিন শৰ্মা

(d) বল্লভ ডেকা

উত্তৰ:- ফকৰুদ্দিন আলী আহমেদ

12.  প্ৰথম অসমীয়া আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম হৈছে ?

(a) মহিম বৰা

(b) খগেন বৰা

(c) আনন্দৰাম বৰুৱা

(d) নৰেন বৰুৱা

উত্তৰ:- আনন্দৰাম বৰুৱা

13. প্ৰথম অসমীয়া স্নাতক জনৰ নাম হৈছে ?

(a) আনন্দৰাম বৰুৱা

(b) মহিম বৰা

(c) লীলা বৰুৱা

(d) দীপক ডেকা

উত্তৰ:- আনন্দৰাম বৰুৱা

14. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম হৈছে ?

(a) পাৰ্বতী কুমাৰ গোস্বামী

(b) ভোগেশ্বৰ বৰুৱা

(c) যতীন্দ্ৰ নাথ দুৱৰা

(d) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী

15. সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ?

(a) অচ্যুত শইকীয়া

(b) যতীন্দ্ৰ নাথ দুৱৰা

(c) ভোগেশ্বৰ বৰুৱা

(d) দীপক ডেকা

উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা

Leave a Comment

Your email address will not be published.