UPSC Admit Card 2021 – NDA & NA Examination (I) for 400 Posts

UPSC Admit Card 2021 – NDA & NA Examination (I) for 400 Posts

UPSC Admit  Card 2021

Union Public Service Commission (UPSC) has issued admit cards for National Defence Academy and Naval Academy Examination (I), 2021. Candidates who submitted their online applications for NDA and NA Examination (I), 2021 are able to download their Admit.

NDA and NA exam will be started on 18 April 2021 across the country.

Admit Card Status : Released

Release Date : 26-03-2021

UPSC NDA & NA Exam Details

Exam Name: National Defence Academy Examination-I 2021

Organisation Name: Union Public Service Commission – UPSC.

No of Posts : 400 Posts

Exam Type: Competitive Exam

Date of Exam: 18th April 2021

Admit Card Status: Available Now

Admit Card Release Date: 26th March 2021

How to Download UPSC Admit Card 2021?

Candidates who are preparing for the upcoming UPSC NDA and NA exams can download their admit card from the official website of UPSC, link is given below.

Candidates can follow these steps below to download their Admit Card…

  • Go to the section of the ‘important link’s below and click on ‘Click Here’.
  • Click on the link to UPSC Admit Download given below.
  • Select one of the options between registration ID or roll number.
  • Now click on your registration ID or roll number and date of birth, and then submit.
  • After that, you will get your admit card.

Important Links of UPSC Admit Card 2021

UPSC Admit Card LinkClick Here
Check Exam InstructionsClick Here
Visit Official WebsiteClick Here

Related Search : dfccil recruitment 2021

কিছুমান জানিবগীয়া প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ :

1. পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি ?

(a) টকিঅ’

(b) হোৱান

(c) ষ্টকহ’ম

(d) শিবেল

উত্তৰ:- টকিঅ’

2. কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত ?

(a) বাগেল

(b) ষ্টকহ’ম

(c) লিমবিয়া

(d) জৰিলোম

উত্তৰ:- ষ্টকহ’ম

3. পৃথিৱীৰ উচ্চতম বিমান বন্দৰৰ নাম হৈছে ?

(a) লিভিয়াং

(b) দেনিয়ং

(c) বাংডা

(d) জিমাদেহ

উত্তৰ:- বাংডা

4. পৃথিৱীৰ প্ৰাচীনতম ৰাজধানী চহৰ খনৰ নাম কি ?

(a) মকস্কো

(b) গিয়াল

(c) জিকেল

(d) দামাস্কাচ

উত্তৰ:- দামাস্কাচ

5. পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম হৈছে ?

(a) ইন্দোনেচিয়া

(b) ভাৰত

(c) ফ্ৰান্স

(d) লিভিয়া

উত্তৰ:- ইন্দোনেচিয়া

6. নদ – নদী, হ্ৰদ – বিল আদি একোৱেই নথকা দেশৰ নাম হৈছে ?

(a) দোৱাই

(b) কুৱেইট

(c) মিডিল আৰৱ

(d) আৰৱ

উত্তৰ:- কুৱেইট

7. কোনখন মহাদেশত বান্দৰ নাই ?

(a) নিৰিয়া

(b) অলবেনিয়া

(c) অষ্ট্ৰেলিয়া

(d) জৰৰ্জিয়া

উত্তৰ:- অষ্ট্ৰেলিয়া

8. বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি ?

(a) জিলিয়াম

(b) চুবেদান

(c) অলিয়াম

(d) আবাদন

উত্তৰ:- আবাদন

9. ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা হৈছে ?

(a) ১৯৩ খন

(b) ১৬০ খন

(c) ১৯৯ খন

(d) ১৭৩ খন

উত্তৰ:- ১৯৩ খন

10. এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা হৈছে ?

(a) মিৰিয়া

(b) জনক’টাবাই

(c) মণিকা

(d) জেউতী

উত্তৰ:- জনক’টাবাই

11. বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী হৈছে ?

(a) হেলেম ৱাৰ্ট

(b) মৰিণা জান

(c) ভেলেটিনা ভ্‌. ভ. টেৰিছক’ভা

(d) এলিজাবেথ

উত্তৰ:- ভেলেটিনা ভ্‌লদিমিৰ ভনা টেৰিছক’ভা

12. বিশ্বৰ সৰ্ব প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে ?

(a) ইলিয়ানা

(b) পাৰ্চন ধামেলে

(c) মেৰিয়া ভল্ট

(d) মেৰিয়া এচলটেলা পাৰ্চন

উত্তৰ:- মেৰিয়া এচলটেলা পাৰ্চন

13. বিশ্বত সৰ্ব প্ৰথম ‘বুকাৰ বঁটা’ কোনে লাভ কৰিছিল ?

(a) পি এইচ নিউৱাই

(b) জে পি ৱাইন

(c) ধে ৱা যান

(d) থি গি ইলিয়ানা

উত্তৰ:- পি এইচ নিউৱাই

14. পৰমাণুৰ গঠন তত্ত্বৰ আৱিষ্কাৰ কোনে কৰিছিল ?

(a) আ গিযল

(b) আ ৰাদাৰফোৰ্ড

(c) জে বিলিয়াম

(d) জি মাৰ্কনি

উত্তৰ:- আ ৰাদাৰফোৰ্ড

15. পৰমাণুৰ গঠন তত্ত্বৰ আৱিষ্কাৰ কিমান চনত কৰা হৈছিল ?

(a) ১৯২১ চনত

(b) ১৯১৯ চনত

(c) ১৯১১ চনত

(d) ১৯১৫ চনত

উত্তৰ:- ১৯১১ চনত

Leave a Comment

Your email address will not be published. Required fields are marked *